ৱিকি সমাজক ৱাছিংটন ডি চি-ত লগ কৰক।
শৈক্ষিক, সংস্কৃতিক, আৰু প্ৰযুক্তিৰ কেন্দ্ৰস্থলত বিশেষজ্ঞ, উৎসাহী, আৰু যিসকল কেবল কৌতুহলী, তেনে সকলোৰে জনসমাবেশত আমাৰ সৈতে যোগদান কৰক।
ৱিকিপিডিয়া আৰু ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ প্ৰকল্পসমূহৰ বাৰ্ষিক সন্মিলনত নিজকে এক অংশ কৰক।
এনে এখন পৃথিৱী সোৱাদ উপভোগ কৰক যত সকলো জ্ঞান মুক্ত ভাবে বিতৰণ কৰিব পৰা যায়।
পঞ্জীয়ন বৰ্তমান মুকলি! ২৩ এপ্ৰিলৰ আগত পঞ্জীয়ন কৰি ৰেহাই মুল্যৰ সুবিধা লাভ কৰক!
Wikimania is the annual international conference of the Wikimedia community. Wikimania allows the community and the general public to learn about and share their experiences with free knowledge initiatives all over the world.
Wikimania is organized by a different local team each year. In 2012, the conference is taking place in Washington, D.C. . The previous conferences were held in Frankfurt, Germany (2005), Boston, USA (2006), Taipei, Taiwan (2007), Alexandria, Egypt (2008), Buenos Aires, Argentina (2009), Gdańsk, Poland (2010), and Haifa, Israel (2011).
ৱিকিমেনিয়ালৈ বাকী থকা দিনৰ সংখ্যা